বেয়া নজৰ দিলে সেনাই উচিত প্ৰত্যুত্তৰ দিব, পাকিস্তানৰ পৰমাণু আক্ৰমণৰ ভাবুকি সন্দৰ্ভত ৰাজনাথ সিং

পাকিস্তানৰ পৰমাণু আক্ৰমণৰ ভাবুকি সন্দৰ্ভত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক’লে যে কোনোৱে বেয়া নজৰ দিলে আমাৰ সেনা উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। ৰিপৰ্ট অনুসৰি পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছীদ আহমেদে PoKত ভাৰতীয় সেনাৰ[…]

Continue reading …

সুখবৰঃ আনুষ্ঠানিকভাৱে বলীউডত খোজ অসমৰ প্ৰথমগৰাকী কাহিনী-চিত্ৰনাট্যকাৰৰ

অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী অসম সন্তানে। অসমৰ জনপ্ৰিয় যুৱ নাট্যকাৰ, গীতিকাৰ, সাংবাদিক তথা চিত্ৰনাট্যকাৰ ৰাজদ্বীপে মঙলবাৰে মায়ানগৰী মুম্বাইত আনুষ্ঠানিকভাৱে বলrউডৰ এখন ছবিৰ বাবে কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে চুক্তিবদ্ধ হ’ল। ৰাজদ্বীপৰ কাহিনী-চিত্ৰনাট্যৰে[…]

Continue reading …

তিনিচুকীয়াৰ চাহ কৰ্মচাৰী অপহৰণ কাণ্ডঃ পৰিয়াললৈ আলফা(স্বাঃ)ৰ ফোন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ-বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ দেৱৰ পৰিয়ালৰ সদস্যক আলফা(স্বাঃ)ৰ ফোন। অপহৰণৰ ১১ দিনৰ পিছত আলফা(স্বাঃ)ৰ সদস্যই ফোনযোগে গৌৰাংগ দেৱৰ শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিলে পৰিয়ালৰ সদস্যক। গৌৰাংগ[…]

Continue reading …

লজ্জাজনক! ৬৭ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৪ বছৰীয়া শিশু

তামুলপুৰৰ এন কে আঙাৰকাটাত এটি ৪ বছৰীয়া শিশুক যৌন নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী হ’ল ৬৭ বছৰীয়া এগৰাকী বৃদ্ধ। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ এন কে আঙাৰকাটাত সোমবাৰে সংঘটিত হয় এই অমানুষিক ঘটনা।[…]

Continue reading …

GMCHৰ চিকিত্সক আটক, উত্কোচ লৈ হাতে-লোটে ধৰা পৰে

দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পৰা টকা বিচাৰিছিল চিকিৎসকজনে। দাবী কৰা ধন লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত। ধৃত চিকিৎসকজনৰ নাম মনোজ বৈশ্য। ৰিপৰ্টৰ নামত ৫০[…]

Continue reading …

INX মিডিয়া কেলেংকাৰীঃ জামিন পোৱাৰ পিছতো জেলতে থাকিব লাগিব পি চিদাম্বৰম, কিন্তু কিয়?

প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। ২১ আগষ্টত INX মিডিয়া কেলেংকাৰী সন্দৰ্ভত CBI-এ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। দুমাহৰ অন্তত মঙলবাৰে অৰ্থাৎ আজি জামিন লাভ কৰে যদিও জেলৰ ভিতৰতে[…]

Continue reading …

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মাতৃ, আহত কন্যা

বৰপেটাৰ কলগাছিয়াৰ টি এন ডিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে মৃত্যু এগৰাকী মহিলাৰ আৰু গুৰুতৰভাৱে আহত মহিলাৰগৰাকীৰ কন্যা৷ দুৰ্ঘটনাটোত থিতাতে নিহত মহিলাগৰাকীৰ নাম জেচমিনা পাৰবিন। গুৰুতৰভাৱে আহত ৫ বছৰীয়া কন্যা ইলিজা খাতুনক সংকটজনক[…]

Continue reading …

অমানৱীয়! লখিমপুৰত লোকবাদ্য শিল্পীক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

লখিমপুৰৰ ধলপুৰত লোকবাদ্য শিল্পী যজ্ঞেশ্বৰ লিগিৰাক আক্ৰমণ দুৰ্বৃত্তৰ। এখন বলেৰ’ গাড়ীত অহা ৪ জনীয়া দুৰ্বৃত্তৰ দলে সোমবাৰে নিশা প্ৰায় ৯ বজাত আক্ৰমণ কৰে টাই ধৰ্মীয় পণ্ডিগৰাকীক। লোকজনে দিয়া দোকানত বহি থকা অৱস্থাতে বাহিৰলৈ উলিয়াই আনি[…]

Continue reading …

ভোটগণনাৰ পূৰ্বে উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা এজন কনিষ্টবলৰ, VIDEO

২১ অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। সদ্য সমাপ্ত উপ-নিৰ্বাচনত এই গৰাকী অসম আৰক্ষীৰ কনিষ্টবল নিয়োজিত হৈ আছিল ৰাতাবাৰী সমষ্টিৰ দুৰ্লভছড়া হিন্দী হাইস্কুল ভোটকেন্দ্ৰত৷ ভোটগ্ৰহণৰ পিছত ভোটগণনাৰ পূৰ্বে ফলাফল দিলে এই কনিষ্টবলজনে। ‘ৰাতাবাৰীত বিজেপিৰ[…]

Continue reading …

বিশ্বনাথ চাৰিআলিত ভুৱা IPS বিষয়া আটক, মিছা পৰিচয়ৰে ধন দাবী কৰিছিল

নিজকে IPS বিষয়া বুলি পৰিচয় দি ধন দাবী কৰা এজন লোক ৰাইজৰ ৰোষত পৰিল। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা। ঠায়ে ঠায়ে আকৌ নিজকে ড্ৰাগ ইঞ্চপেক্টৰ বুলি পৰিচয় দিছিল লোকজনে। ৰাইজে আটক কৰি গতাই দিলে[…]

Continue reading …

দৰঙৰ খাৰুপেটীয়াত পথ দুৰ্ঘটনা, থিতাতে নিহত এটি কিশোৰ

দৰঙৰ খাৰুপেটীয়াৰ নিকটবর্তী বাইগৰমাৰী গাঁৱৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত এজন কিশোৰ আৰু আহন এজন যুৱক। দ্ৰুতবেগী বাইকে খুন্দিয়ালে পথত ৰখাই থোৱা এখন ট্ৰাকক। দুৰ্ঘটনাটোত থিতাতে নিহত কিশোৰটিৰ[…]

Continue reading …

খাৰুপেটীয়াত গ্ৰেপ্তাৰ ম’ষ্ট ৱাণ্টেড ২ দুৰ্ধৰ্ষ ডকাইত, দৰং আৰক্ষীৰ বৃহৎ সফলতা

দৰং আৰক্ষীৰ ক্ৰমাগতভাৱে অন্য এক সফলতা। সোমবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে ২ দুৰ্ধর্ষ ডকাইতক। ধৃত মহিদুল ইছলাম আৰু জয়নাল আবেদিন। খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া[…]

Continue reading …

২টাতকৈ অধিক সন্তান থাকিলে নাপাব চৰকাৰী চাকৰি, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সোমবাৰে জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী চাকৰি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিয়ম। ২টাতকৈ অধিক সন্তান থাকিলে কোনো লোকে চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব। নতুন জনসংখ্যা নীতি অনুসৰি[…]

Continue reading …