গহপুৰত ABVP এৰিলে ৫০০ জনে

RSSৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ সমিতিয়ে CAB সমৰ্থন জনোৱাৰ প্ৰতিবাদত গহপুৰ মহকুমা সমষ্টি সমিতিৰ ৫০০ জন সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰে। Photo : Time8 গহপুৰ নগৰৰ এম এছ লজত এখন সংবাদমেল সম্বোধন[…]

Continue reading …

Breaking: কৰ্নাটকৰ উপ-নিৰ্বাচনত জয়লাভ বিজেপিৰ

বৃহৎ জয়লাভেৰে কৰ্নাটকত পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে বিজেপি। সোমবাৰ, ডিচেম্বৰ ৯ তাৰিখে ঘোষণা হোৱা ভোটগণনাত বৃহৎ ব্যৱধানত জয়লাভ কৰে বিজেপিয়ে। ডিচেম্বৰৰৰ ৫ তাৰিখে অনুস্থিত হোৱা এই ভোটগ্ৰহণৰ আজি ঘোষণা কৰে ফলাফল। মুঠ ১৫ খন আসনৰ[…]

Continue reading …

সাংবাদিকৰ সৈতে প্ৰতিবাদত বহিল তৰুণ গগৈ

CABৰ সদায়েই বিৰোধিতা কৰি আহিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। Photo Credit : @Tarun Gogoiআজি গুৱাহাটীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।[…]

Continue reading …

CAB সমৰ্থন কৰা বৰাকৰ মুছলমানৰ লগত আমি নাইঃ কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা

ৰাজ্যজুৰি অব্যাহত CAB বিৰোধী আন্দোলন। বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ৰাজপথলৈ ওলাই আহে প্ৰতিবাদৰ বাবে। লখিমপুৰতো কৰুনাবাৰীত পথ অৱৰোধ কৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই। কোনো কাৰনতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ[…]

Continue reading …

অসম জাতীয় বিদ্যালয়ৰ কেব বিৰোধী প্রতিবাদ

প্রস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ অসম জাতীয় বিদ্যালয় (নুনমাটি)ৰ শিক্ষক-কর্মচাৰীসকলে ৯ ডিচেম্বৰৰ বিয়লি ৩ বজাৰপৰা ৬ বজালৈ বিদ্যালয় চৌহদৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অংশ হিচাপে সকলোৱে মুখত[…]

Continue reading …

Big Breaking: বিজেপিৰ পৰা পদত্যাগ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

বিজেপিৰ পৰা পদত্যাগ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ে। এই কথা ঘোষণা কৰি তেওঁ কয়-জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগণৰ লগত থকাৰ সিদ্ধান্ত ল’লো। CABৰ বিৰোধিতা কৰি মই BJP4Assam দলৰ[…]

Continue reading …

সকলোৱে সৰ্বা দা বুলি মাতি জ্যেষ্ঠ ভাতৃৰ আসনত বহুৱাইছিল মুখ্যমন্ত্ৰীকঃ বৰষাৰাণী বিষয়া

ছচিয়েল মিডিয়াত বৰষাৰাণী বিষয়াৰ সৰৱ চৰ্চা চলি থকা সময়তে অবশেষত মুখ খুলিলে বৰষাৰাণী বিষয়াই। বজালীৰ পাঠশালাত কেবক লৈ সৰৱ অভিনেত্ৰী বৰষা ৰাণী বিষয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে কয়- কেব বাতিল কৰক। জাতিধ্বংসী[…]

Continue reading …

লোকসভাত উত্থাপন নাগৰিকত্ব সংশোধনী বিধেয়ক, ৮২ৰ তুলনাত ২৯৩ ভোটেৰে প্ৰস্তাৱ স্বীকাৰ

লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। উত্থাপন হ’বলৈ হোৱা ভোটিঙত ২৯৩ ‘হয়’ৰ পক্ষত আৰু ৮২য়ে কৰিছে বিৰোধিতা। লোকসভাত মুঠ ৩৭৫ গৰাকী সাংসদে দিলে ভোট। নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত বিৰোধীয়ে কৰিলে বিৰোধিতা আৰু বিলখন[…]

Continue reading …

এই আক্ৰমণ মোগলে অসমত কৰা আক্ৰমণৰ দৰেঃ লুৰিণজ্যোতি গগৈ

অৱশেষত লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অমিত শ্বাহে লোকসভাত উত্থাপন কৰে এই বিল। অসমৰ গণতন্ত্ৰত এয়া প্ৰথমটো কূঠাৰঘাট বুলি মন্তব্য কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। বিজেপিয়ে প্ৰতিবাদৰ মূল্য নিদিলে। অসমক মাহীআইৰ দৰে ভাবে,আন্দোলনৰ[…]

Continue reading …

Breaking: কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

গুৱহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পৰীক্ষা বাতিল কৰিলে কটন বিশ্ববিদ্যালয়েও। স্নাতক, স্নাতকোত্তৰ সকলো পৰীক্ষা বাতিল । বৰ্তমানলৈ এখনো বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ কাৰণ উল্লেখ কৰা নাই। যদিও স্পষ্ট ভাৱে প্ৰকাশ পাইছে ইয়াৰ কাৰণ মূলতে[…]

Continue reading …

Breaking: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ পৰীক্ষা বাতিল। ডিচেম্বৰৰ ১০ তাৰিখে হ’ব লগীয়া পৰীক্ষা সমুহ পিছুৱাই দিয়া হৈছে। কলা-আইন-বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ, আইন আদিৰ লগতে সকলো ধৰণৰ বৃত্তিমূলক পৰীক্ষা বতিল। নিৰিক্ষক পি. কে কাকতীৰ স্বাক্ষৰ সম্বলিত এক বাৰ্তা[…]

Continue reading …

লোকসভাত উত্থাপন হ’ল CAB, অমিত শ্বাহ আৰু অধীৰ ৰঞ্জনৰ মাজত তীক্ষ্ণ বাক-বিতণ্ডা

কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এই বিধেয়কখন উত্থাপন হোৱা বাবে সংবিধানৰ অনুচ্ছেদ ১৪ৰ উলংঘন কৰা হৈছে। কিন্তু অমিত শ্বাহে ক’লে যে এই বিধেয়কখন আহিলে সংখ্যালঘূসকলৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নপৰিব। এই বিধেয়কখন সংখ্যালঘূসকলৰ বিৰুদ্ধে নহয়। The[…]

Continue reading …

Breaking : মহানগৰীত বন্ধ সমৰ্থককাৰীৰ চিটি বাছ আক্ৰমণ

কিছু সময়ৰ পূৰ্বে মহানগৰীৰ বামুণীমৈদামত এখন চিটি বাছক আক্ৰমণ কৰে বন্ধ সমৰ্থককাৰীয়ে। বাছখনৰ গ্লাচ ভাঙি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। Photo : Time8আৰক্ষীয়ে এজন লোকক আটক কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে আটকাধীন লোকজনক আৰক্ষীৰ পৰা মোকলাই লয়। The post[…]

Continue reading …

Big Breaking: লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

অৱশেষত লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অমিত শ্বাহে লোকসভাত উত্থাপন কৰে এই বিল। বৰ্তমানে ইয়াকে লৈ লোকসভাত চলি আছে মতানৈক্য। অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সমাজ তথা বিভিন্ন দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কৰা[…]

Continue reading …

টীয়কত ভলুকা বাঁহৰ তাণ্ডৱ; বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ বাসগৃহ ঘেৰাও

যাৰ নাই বাঁহ, তাৰ নাই সাহ। ৰাজ্যত সৰ্বাত্মক বন্ধৰ মাজতে টীয়কত ভলুকা বাঁহ হাতত লৈ ৰাজপথত প্ৰতিবাদ শ শ যুৱকৰ ৷ কোনোপধ্যেই কেব মানি নোলোৱাৰ হুংকাৰ অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ। অগপৰ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ[…]

Continue reading …

সিদ্ধাৰ্থ ভট্টাচাৰ্যক চামগুৰি ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ, পিছে কিয়?

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কটন বিশ্ববিদ্যালয়ত ৯০% কেব সৰ্মথকৰ প্ৰমাণ দিব পাৰিলে ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ। চামগুৰিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই এইদৰে বটাঁ প্ৰদানৰ কথা উল্লেখ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২[…]

Continue reading …

ছুইচাইড নোট লিখি আত্মহত্যা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰাজ্যত চৌদিশে জ্বলিছে এতিয়া প্ৰতিবাদৰ জুই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ-আন্দোলন। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ দাবীৰে সোমবাৰে অসম বন্ধৰ আহ্বান জনাইছে অসমৰ বিভিন্ন দল–সংগঠনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে[…]

Continue reading …

তেজেৰে পোষ্টাৰ লিখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ CAB প্ৰতিবাদ

কেবৰ বিৰুদ্ধে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলিছে জুই। অসমক লৈ চিন্তিত সকলো ওলাই আহিছে কেবৰ বিৰুদ্ধে যুঁজিবলৈ। ছাত্ৰ সমাজে আন্দোলনত অংশ ল’ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো মনে মনে[…]

Continue reading …

অৱশেষত মাত ওলাল ৰত্নাকৰৰ, আওপকীয়াকৈ প্ৰকাশ কৰিলে নিজৰ স্থিতি

‘অসমীয়া ভাষা, অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ উৰ্ধত মোৰ কাৰণে একো হ’ব নোৱাৰে আজি মই যি হয় কেৱল অসমবাসীৰ ৰাইজৰ কাৰণেই হয়। অসমীয়া জাতি, অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি[…]

Continue reading …

জাতিৰ সংকটকালত মাত ফুটা নাই পাপনৰ !

জাতিৰ সংকটকালত কোনে কোনে মুখ খুলিছে সেয়া অসমৰ জনসাধাৰণে ভালদৰেই লক্ষ্য কৰি আছে। অসমৰ শিল্পী সমাজ, বৌদ্ধিক সমাজ, লেখক সমাজৰ CAB সম্পৰ্কত স্থিতি কি সেয়া মানুহে দেখি আছে শুনি আছে। শিল্পী সমাজত কি অকল জুবিন[…]

Continue reading …

পুৱা ১১ বজাত লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬

CABৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেবৰ বিৰুদ্ধে জ্বলিছে জুই। অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সমাজ তথা বিভিন্ন দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কৰা আন্দোলনক আওকাণ কৰাৰ লগতে অসমবাসীৰ আবেগ–অনুভূতিক[…]

Continue reading …

ক্ৰমাৎ অগ্নিগৰ্ভা ৰাজ্যৰ পৰিস্থিতি, ৰাজ্যৰ চৌদিশে বন্ধৰ ব্যাপক প্ৰভাৱ

নাগৰিকত্ব সংশোধনী বিধেয়ক আজি সংসদত উত্থাপন কৰাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাই দিয়া অসম বন্ধ সৰ্বাত্মক ৰূপত দেখা দিছে সকলোতে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে জনতাৰ প্ৰতিবাদ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক আহিব নিদিয়ে অসমৰ জনতাই।[…]

Continue reading …

‘ধৰ্ষণটো হোৱা নাই, যেতিয়া হ’ব তেতিয়া আহিব’; উন্নাও আৰক্ষীৰ অৱহেলাৰ এক নতুন ঘটনা

ধৰ্ষণকাৰীয়ে জীৱিত অৱস্থাত জ্বলাই দিয়া উন্নাও কাণ্ডৰ পীড়িত যুৱতীৰ মৃত্যুৰ পিছত শান্ত হোৱা নাই সমগ্ৰ দেশ। কিন্তু আঁতৰা নাই উন্নাও আৰক্ষীৰ পুৰণি নিৰ্দয়ী স্ৱভাৱ। তথ্য অনুসৰি হিন্দুপুৰ গাঁও য’ত উন্নাও পীড়িত যুৱতীগৰাকীক জীৱিত অৱস্থাত জ্বলাই[…]

Continue reading …

ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড; ৭জন সদ্যসক আটক

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ৭ জন সদস্যক আটক ডিব্ৰুগড় সদৰ আৰক্ষীৰ। কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰা অভিযোগত আটক কৰা হৈছে আছুৰ সদস্যকেইজনক। ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে[…]

Continue reading …

CABৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ১২ গৰাকী অসমীয়া শিক্ষাৰ্থীয়ে এৰিলে ABVP

ৰাজ্যজুৰি অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। CABৰ বিৰুদ্ধে মাত মাতিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো আহিছে ওলাই। অসমৰ লগতে বাহিৰৰ শিক্ষানুষ্ঠানসমূহৰো ছাত্ৰ-ছাত্ৰীয়ে কৰিছে প্ৰতিবাদ। CABৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ[…]

Continue reading …

আছুৰ ভয়ত সভাতেই উপস্থিত নহ’ল এগৰাকী বিধায়ক; কোন এই বিধায়ক?

দেৰগাঁৱত অনুষ্ঠিত হোৱা অগপৰ আঞ্চলিকৰ সভাৰ বাহিৰত আছু কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ ধ্বনিৰে উত্তাল কৰি তোলে অঞ্চলটো। সভাত দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত হোৱাৰ কথা আছিল যদিও উপস্থিত নহ’ল বিধায়কগৰাকী। Photo: Time8বিধায়ক ভবেন্দ্ৰ নাথ[…]

Continue reading …

Breaking: CABৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ ৰাতুল গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ ঘোৰ বিৰোধিতা কৰি বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ কৰিলে বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ অবিচি মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন কাৰ্যালয় সম্পাদক, বিজেপিৰ জিলা সমিতিৰ চছিয়েল মিডিয়া[…]

Continue reading …