প্ৰথমবাৰলৈ বিজেপি বিধায়কৰ পদত্যাগৰ হুংকাৰ

কেবক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে। সকলোৱে অব্যাহত ৰাখিছে প্ৰতিবাদ। ফেচবুকযোগে প্ৰথমজন বিজেপি বিধায়কে দিলে পদত্যাগৰ হুংকাৰ। টিংখাঙৰ বিধায়ক বিমল বৰাৰ ঘোষণা পদত্যাগৰ। ‘কেব গৃহীত হোৱাৰ পিছৰ তাৰিখৰ পৰা টিংখাঙলৈ আহিব নোৱাৰিব হিন্দু বাংলাদেশী’।[…]

Continue reading …

কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে জাহ্নু বৰুৱাই

কেবৰ বিৰুদ্ধে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলিছে বিদ্ৰোহৰ অগ্নি। সকলো ওলাই আহিছে কেবৰ বিৰুদ্ধে যুঁজিবলৈ। সোমবাৰে লোকসভাত কেব গৃহীত হয়। কোনোপধ্যই কেব মানি লোৱা নহ’ব বুলি হুংকাৰ অসমীয়াৰ। কেবৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ যশস্বী চলচ্চিত্ৰ[…]

Continue reading …

হাতত টাঙোণ মূৰত গামোচাৰ পাগ মাৰি ক’লৈ ওলাল এইজাক মহিলা?

কেব বিৰোধিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ১২ঘন্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ ধনশিৰী মহকুমাত। টায়াৰ জ্বলাই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় গোলাঘাট জিলাৰ চুঙাজানবাসীয়ে ৷ শ্বহীদ কুশল কোঁৱৰ ভূমিত হাতে হাতে লাখুটি লৈ ওলাই আহিছে[…]

Continue reading …

খোলা ৰাখিছিল ব্যৱসায়িক প্ৰতিষ্ঠান, পিছত কাণত ধৰি ক্ষমা প্ৰাৰ্থনা

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সকলোতে সৰ্বাত্মক প্ৰভাৱ পৰিছে। তাৰমাজতে তিতাবৰত গট্টানি ব্যয়সায়িক প্ৰতিষ্ঠান খোলা ৰখাক লৈ ক্ষোভিত হৈ পৰে বন্ধৰ সমৰ্থকসকল। গট্টানি[…]

Continue reading …

ঘৰৰ ভিতৰত ভাত ৰান্ধি থাকিলে এতিয়া আৰু নহ’ব, ওলাই আহকঃ অখিল গগৈ

কেবৰ বিৰুদ্ধে ডিব্ৰুগড়ত কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদ,অখিল গগৈৰ নেতৃত্বত ডিব্ৰুগড়ত বিশাল বাইক ৰেলী। কাইলৈ ১১ ডিচেম্বৰত অসম অচল কৰি দিবলৈ আহ্বান জনালে অখিল গগৈয়ে। ৰাজ্যৰ সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাক অচল কৰি দিবলৈ আহ্বান ৰাজ্যবাসীক। Photo[…]

Continue reading …

ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। বন্ধৰ মাজতে ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা। Photo : Time8বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ গেটত লগাই থৈ যোৱা[…]

Continue reading …

চিকিৎসালয়তো কেবৰ বিৰুদ্ধে আমৰণ অনশন কৰা ২ যুৱকৰ প্ৰাণলৈ শংকা; প্ৰশাসন আৰু ৰাইজৰ কৰযোৰত সাময়িক অনশন ভংগ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শিৱসাগৰৰ দুই প্ৰতিবাদী যুৱকে আৰম্ভ কৰিছিল আমৰণ অনশন। শনিবাৰৰ পুৱাৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনশন কৰা জিন্তু মেছ আৰু ইৰছাদ উল্লাক শিৱসাগৰ জিলা প্ৰশাসনে বলপূৰ্বকভাৱে দেওবাৰে নিশা প্ৰতিবাদ[…]

Continue reading …

আজি শ্বহীদ দিৱস; ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক

আজি শ্বহীদ দিৱস। আজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰতিবছৰে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৫৫ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি[…]

Continue reading …

লোকসভাত গৃহীত হ’ল CAB

লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ৰ সমৰ্থনত ভোটদান কৰে ৩১১ জন সাংসদে।বিধেয়কখনৰ বিপক্ষে ভোটদান ৮০ জন সাংসদৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত বিৰোধীয়ে কৰিলে বিৰোধিতা আৰু বিলখন উত্থাপন হোৱাৰ বাবে[…]

Continue reading …

নিজ সমষ্টিতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি থু পেলালে প্ৰতিবাদকাৰীয়ে

নিজ সমষ্টিত মাজুলীতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিত থু পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে মাজুলীৰ গাভৰুৱে। জাকে জাকে গাভৰুৱে থু পেলাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি গচকিলে। লোকসভাত কেব উত্থাপন হোৱাৰ পিছতেই মাজুলীবাসী ওলাই অাহিল প্ৰতিবাদলৈ। Time8গড়মূৰত জ্বলাই দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। সৰ্বানন্দ[…]

Continue reading …

বৰপেটাৰ চেঙাত কেৰেপ কৰা নাই ১৪৪ ধাৰা; প্ৰতিবাদত উত্তাল বৰপেটা

বৰপেটা জিলাত ১৪৪ ধাৰা চলি থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল হৈ পৰে বৰপেটাৰ চেঙা। চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চেঙা[…]

Continue reading …

সীমাৰ সুৰক্ষা চৰকাৰৰ কৰ্তব্য, মণিপুৰত ইনাৰ লাইন পাৰমিট বলবৎ হ’বঃ অমিত শ্বাহ

যথেষ্ট হুলস্থুলৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিলখন উত্থাপন হোৱাৰ লগে লগে কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে কেইবাটাও অভিযোগ। কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰীয়ে এই বিলখন সংখ্যালঘূসকলৰ বিৰুদ্ধে বুলি আখ্যা দিয়ে। প্ৰায় ১[…]

Continue reading …

কেব সন্দৰ্ভত মুখ খুলিলে সৰ্বাদাই; টুইটাৰ যোগে প্ৰকাশ কৰিলে নিজৰ অভিমত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিছত অৱশেষত মাত ওলাল সৰ্বানন্দ সোনোৱালৰ। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে সৰ্বাই কয় যে কেব অকল অসম বাসীৰ বাবে নহয়, ই সমগ্ৰ দেশ বাসীৰ বাবে। এই কথাতো অসমৰ[…]

Continue reading …

এবিএমছুয়ে দাহ কৰিলে অমিত-সৰ্বানন্দ-হিমন্তৰ প্ৰতিকৃতি

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তামুলপুৰ জিলা এবিএমছুয়ে দ্বাৰকুছিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। Photo :Time8প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক[…]

Continue reading …

কটন বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাৰ সময় সূচী প্ৰকাশ

গুৱহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়েও বাতিল কৰিছিল পৰীক্ষা। ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কথা আছিল সকলো পৰীক্ষা। কটন বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ লগতে সকলো শ্ৰেণীয়ো বৰ্জন কৰিছিল। Photo: Time8সেয়ে আকৌ প্ৰকাশ কৰে নতুন[…]

Continue reading …

১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা; TIME8ৰ হাতত পৰীক্ষাৰ সূচী

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চ ২০২০লৈ অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা। The post ১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা; TIME8ৰ হাতত পৰীক্ষাৰ[…]

Continue reading …

দক্ষিণ আফ্ৰিকাৰ সুন্দৰীলৈ ২০১৯ মিছ ৱৰ্ড খিতাপ

২০১৯ৰ ৬৮ সংখ্যক ব্ৰহ্মাণ্ড সুন্দৰী খিতাপ দখল কৰিছে দক্ষিণ আফ্ৰিকাৰ সুন্দৰী জজিবিনী টুঞ্জীয়ে। জজিবিনীয়ে বিশ্বৰ ৯০ গৰাকী সুন্দৰীক পিছ পেলোৱাই এই খিতাপৰ অধিকাৰী হয়। আমেৰিকাৰ আটলান্টা চহৰত ৰবিবাৰৰ নিশা অনুস্থিত হোৱা এই প্ৰতিযোগিতাত ২০ গৰাকীক[…]

Continue reading …

গহপুৰত ABVP এৰিলে ৫০০ জনে

RSSৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ সমিতিয়ে CAB সমৰ্থন জনোৱাৰ প্ৰতিবাদত গহপুৰ মহকুমা সমষ্টি সমিতিৰ ৫০০ জন সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰে। Photo : Time8 গহপুৰ নগৰৰ এম এছ লজত এখন সংবাদমেল সম্বোধন[…]

Continue reading …

শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ আঁৰত অসামাজিক চক্ৰৰ দ্বাৰা শোণিতপুৰ জিলাত সামাজিক শান্তি শৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা[…]

Continue reading …

Breaking: কৰ্নাটকৰ উপ-নিৰ্বাচনত জয়লাভ বিজেপিৰ

বৃহৎ জয়লাভেৰে কৰ্নাটকত পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে বিজেপি। সোমবাৰ, ডিচেম্বৰ ৯ তাৰিখে ঘোষণা হোৱা ভোটগণনাত বৃহৎ ব্যৱধানত জয়লাভ কৰে বিজেপিয়ে। ডিচেম্বৰৰৰ ৫ তাৰিখে অনুস্থিত হোৱা এই ভোটগ্ৰহণৰ আজি ঘোষণা কৰে ফলাফল। মুঠ ১৫ খন আসনৰ[…]

Continue reading …

সাংবাদিকৰ সৈতে প্ৰতিবাদত বহিল তৰুণ গগৈ

CABৰ সদায়েই বিৰোধিতা কৰি আহিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। Photo Credit : @Tarun Gogoiআজি গুৱাহাটীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।[…]

Continue reading …

CAB সমৰ্থন কৰা বৰাকৰ মুছলমানৰ লগত আমি নাইঃ কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা

ৰাজ্যজুৰি অব্যাহত CAB বিৰোধী আন্দোলন। বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ৰাজপথলৈ ওলাই আহে প্ৰতিবাদৰ বাবে। লখিমপুৰতো কৰুনাবাৰীত পথ অৱৰোধ কৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই। কোনো কাৰনতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ[…]

Continue reading …

অসম জাতীয় বিদ্যালয়ৰ কেব বিৰোধী প্রতিবাদ

প্রস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ অসম জাতীয় বিদ্যালয় (নুনমাটি)ৰ শিক্ষক-কর্মচাৰীসকলে ৯ ডিচেম্বৰৰ বিয়লি ৩ বজাৰপৰা ৬ বজালৈ বিদ্যালয় চৌহদৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অংশ হিচাপে সকলোৱে মুখত[…]

Continue reading …

Big Breaking: বিজেপিৰ পৰা পদত্যাগ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

বিজেপিৰ পৰা পদত্যাগ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ে। এই কথা ঘোষণা কৰি তেওঁ কয়-জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগণৰ লগত থকাৰ সিদ্ধান্ত ল’লো। CABৰ বিৰোধিতা কৰি মই BJP4Assam দলৰ[…]

Continue reading …

সকলোৱে সৰ্বা দা বুলি মাতি জ্যেষ্ঠ ভাতৃৰ আসনত বহুৱাইছিল মুখ্যমন্ত্ৰীকঃ বৰষাৰাণী বিষয়া

ছচিয়েল মিডিয়াত বৰষাৰাণী বিষয়াৰ সৰৱ চৰ্চা চলি থকা সময়তে অবশেষত মুখ খুলিলে বৰষাৰাণী বিষয়াই। বজালীৰ পাঠশালাত কেবক লৈ সৰৱ অভিনেত্ৰী বৰষা ৰাণী বিষয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে কয়- কেব বাতিল কৰক। জাতিধ্বংসী[…]

Continue reading …

লোকসভাত উত্থাপন নাগৰিকত্ব সংশোধনী বিধেয়ক, ৮২ৰ তুলনাত ২৯৩ ভোটেৰে প্ৰস্তাৱ স্বীকাৰ

লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। উত্থাপন হ’বলৈ হোৱা ভোটিঙত ২৯৩ ‘হয়’ৰ পক্ষত আৰু ৮২য়ে কৰিছে বিৰোধিতা। লোকসভাত মুঠ ৩৭৫ গৰাকী সাংসদে দিলে ভোট। নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পিছত বিৰোধীয়ে কৰিলে বিৰোধিতা আৰু বিলখন[…]

Continue reading …

Breaking: কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

গুৱহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ পৰীক্ষা বাতিল কৰিলে কটন বিশ্ববিদ্যালয়েও। স্নাতক, স্নাতকোত্তৰ সকলো পৰীক্ষা বাতিল । বৰ্তমানলৈ এখনো বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ কাৰণ উল্লেখ কৰা নাই। যদিও স্পষ্ট ভাৱে প্ৰকাশ পাইছে ইয়াৰ কাৰণ মূলতে[…]

Continue reading …

এই আক্ৰমণ মোগলে অসমত কৰা আক্ৰমণৰ দৰেঃ লুৰিণজ্যোতি গগৈ

অৱশেষত লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অমিত শ্বাহে লোকসভাত উত্থাপন কৰে এই বিল। অসমৰ গণতন্ত্ৰত এয়া প্ৰথমটো কূঠাৰঘাট বুলি মন্তব্য কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। বিজেপিয়ে প্ৰতিবাদৰ মূল্য নিদিলে। অসমক মাহীআইৰ দৰে ভাবে,আন্দোলনৰ[…]

Continue reading …

Breaking: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ পৰীক্ষা বাতিল। ডিচেম্বৰৰ ১০ তাৰিখে হ’ব লগীয়া পৰীক্ষা সমুহ পিছুৱাই দিয়া হৈছে। কলা-আইন-বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ, আইন আদিৰ লগতে সকলো ধৰণৰ বৃত্তিমূলক পৰীক্ষা বতিল। নিৰিক্ষক পি. কে কাকতীৰ স্বাক্ষৰ সম্বলিত এক বাৰ্তা[…]

Continue reading …

লোকসভাত উত্থাপন হ’ল CAB, অমিত শ্বাহ আৰু অধীৰ ৰঞ্জনৰ মাজত তীক্ষ্ণ বাক-বিতণ্ডা

কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এই বিধেয়কখন উত্থাপন হোৱা বাবে সংবিধানৰ অনুচ্ছেদ ১৪ৰ উলংঘন কৰা হৈছে। কিন্তু অমিত শ্বাহে ক’লে যে এই বিধেয়কখন আহিলে সংখ্যালঘূসকলৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নপৰিব। এই বিধেয়কখন সংখ্যালঘূসকলৰ বিৰুদ্ধে নহয়। The[…]

Continue reading …

Big Breaking: লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

অৱশেষত লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অমিত শ্বাহে লোকসভাত উত্থাপন কৰে এই বিল। বৰ্তমানে ইয়াকে লৈ লোকসভাত চলি আছে মতানৈক্য। অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সমাজ তথা বিভিন্ন দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কৰা[…]

Continue reading …

Breaking : মহানগৰীত বন্ধ সমৰ্থককাৰীৰ চিটি বাছ আক্ৰমণ

কিছু সময়ৰ পূৰ্বে মহানগৰীৰ বামুণীমৈদামত এখন চিটি বাছক আক্ৰমণ কৰে বন্ধ সমৰ্থককাৰীয়ে। বাছখনৰ গ্লাচ ভাঙি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। Photo : Time8আৰক্ষীয়ে এজন লোকক আটক কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে আটকাধীন লোকজনক আৰক্ষীৰ পৰা মোকলাই লয়। The post[…]

Continue reading …

টীয়কত ভলুকা বাঁহৰ তাণ্ডৱ; বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ বাসগৃহ ঘেৰাও

যাৰ নাই বাঁহ, তাৰ নাই সাহ। ৰাজ্যত সৰ্বাত্মক বন্ধৰ মাজতে টীয়কত ভলুকা বাঁহ হাতত লৈ ৰাজপথত প্ৰতিবাদ শ শ যুৱকৰ ৷ কোনোপধ্যেই কেব মানি নোলোৱাৰ হুংকাৰ অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ। অগপৰ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ[…]

Continue reading …

সিদ্ধাৰ্থ ভট্টাচাৰ্যক চামগুৰি ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ, পিছে কিয়?

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কটন বিশ্ববিদ্যালয়ত ৯০% কেব সৰ্মথকৰ প্ৰমাণ দিব পাৰিলে ছাত্ৰ সন্থাই দিব সাহসিকতা বটাঁ। চামগুৰিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যই এইদৰে বটাঁ প্ৰদানৰ কথা উল্লেখ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২[…]

Continue reading …

তেজেৰে পোষ্টাৰ লিখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ CAB প্ৰতিবাদ

কেবৰ বিৰুদ্ধে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলিছে জুই। অসমক লৈ চিন্তিত সকলো ওলাই আহিছে কেবৰ বিৰুদ্ধে যুঁজিবলৈ। ছাত্ৰ সমাজে আন্দোলনত অংশ ল’ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো মনে মনে[…]

Continue reading …

ছুইচাইড নোট লিখি আত্মহত্যা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰাজ্যত চৌদিশে জ্বলিছে এতিয়া প্ৰতিবাদৰ জুই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ-আন্দোলন। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ দাবীৰে সোমবাৰে অসম বন্ধৰ আহ্বান জনাইছে অসমৰ বিভিন্ন দল–সংগঠনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে[…]

Continue reading …

জাতিৰ সংকটকালত মাত ফুটা নাই পাপনৰ !

জাতিৰ সংকটকালত কোনে কোনে মুখ খুলিছে সেয়া অসমৰ জনসাধাৰণে ভালদৰেই লক্ষ্য কৰি আছে। অসমৰ শিল্পী সমাজ, বৌদ্ধিক সমাজ, লেখক সমাজৰ CAB সম্পৰ্কত স্থিতি কি সেয়া মানুহে দেখি আছে শুনি আছে। শিল্পী সমাজত কি অকল জুবিন[…]

Continue reading …

অৱশেষত মাত ওলাল ৰত্নাকৰৰ, আওপকীয়াকৈ প্ৰকাশ কৰিলে নিজৰ স্থিতি

‘অসমীয়া ভাষা, অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ উৰ্ধত মোৰ কাৰণে একো হ’ব নোৱাৰে আজি মই যি হয় কেৱল অসমবাসীৰ ৰাইজৰ কাৰণেই হয়। অসমীয়া জাতি, অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি[…]

Continue reading …

পুৱা ১১ বজাত লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬

CABৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেবৰ বিৰুদ্ধে জ্বলিছে জুই। অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সমাজ তথা বিভিন্ন দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কৰা আন্দোলনক আওকাণ কৰাৰ লগতে অসমবাসীৰ আবেগ–অনুভূতিক[…]

Continue reading …

ক্ৰমাৎ অগ্নিগৰ্ভা ৰাজ্যৰ পৰিস্থিতি, ৰাজ্যৰ চৌদিশে বন্ধৰ ব্যাপক প্ৰভাৱ

নাগৰিকত্ব সংশোধনী বিধেয়ক আজি সংসদত উত্থাপন কৰাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাই দিয়া অসম বন্ধ সৰ্বাত্মক ৰূপত দেখা দিছে সকলোতে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে জনতাৰ প্ৰতিবাদ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক আহিব নিদিয়ে অসমৰ জনতাই।[…]

Continue reading …

‘ধৰ্ষণটো হোৱা নাই, যেতিয়া হ’ব তেতিয়া আহিব’; উন্নাও আৰক্ষীৰ অৱহেলাৰ এক নতুন ঘটনা

ধৰ্ষণকাৰীয়ে জীৱিত অৱস্থাত জ্বলাই দিয়া উন্নাও কাণ্ডৰ পীড়িত যুৱতীৰ মৃত্যুৰ পিছত শান্ত হোৱা নাই সমগ্ৰ দেশ। কিন্তু আঁতৰা নাই উন্নাও আৰক্ষীৰ পুৰণি নিৰ্দয়ী স্ৱভাৱ। তথ্য অনুসৰি হিন্দুপুৰ গাঁও য’ত উন্নাও পীড়িত যুৱতীগৰাকীক জীৱিত অৱস্থাত জ্বলাই[…]

Continue reading …

ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড; ৭জন সদ্যসক আটক

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ৭ জন সদস্যক আটক ডিব্ৰুগড় সদৰ আৰক্ষীৰ। কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰা অভিযোগত আটক কৰা হৈছে আছুৰ সদস্যকেইজনক। ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে[…]

Continue reading …

CABৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ১২ গৰাকী অসমীয়া শিক্ষাৰ্থীয়ে এৰিলে ABVP

ৰাজ্যজুৰি অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। CABৰ বিৰুদ্ধে মাত মাতিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো আহিছে ওলাই। অসমৰ লগতে বাহিৰৰ শিক্ষানুষ্ঠানসমূহৰো ছাত্ৰ-ছাত্ৰীয়ে কৰিছে প্ৰতিবাদ। CABৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ[…]

Continue reading …

আছুৰ ভয়ত সভাতেই উপস্থিত নহ’ল এগৰাকী বিধায়ক; কোন এই বিধায়ক?

দেৰগাঁৱত অনুষ্ঠিত হোৱা অগপৰ আঞ্চলিকৰ সভাৰ বাহিৰত আছু কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ ধ্বনিৰে উত্তাল কৰি তোলে অঞ্চলটো। সভাত দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী উপস্থিত হোৱাৰ কথা আছিল যদিও উপস্থিত নহ’ল বিধায়কগৰাকী। Photo: Time8বিধায়ক ভবেন্দ্ৰ নাথ[…]

Continue reading …

Breaking: CABৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ ৰাতুল গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ ঘোৰ বিৰোধিতা কৰি বিজেপিৰ সাধাৰণ সদস্য পদ ত্যাগ কৰিলে বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ অবিচি মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন কাৰ্যালয় সম্পাদক, বিজেপিৰ জিলা সমিতিৰ চছিয়েল মিডিয়া[…]

Continue reading …

দিল্লী অগ্নিকাণ্ডঃ মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ আৰু আহতলৈ ১ লাখ টকাৰ সাহাৰ্য ঘোষণা

দেওবাৰে পুৱা দিল্লীৰ ৰানী ঝাঞ্চী ৰোডত এটা ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত ৪৩ গৰাকী লোকৰ কৰুণ মৃত্যু হয়। ঘটনাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীবালে ক’লে যে এইটো যথেষ্ট দুখৰ ঘটনা। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে[…]

Continue reading …

‘অল ইণ্ডিয়া ফেডাৰেচন অব টেক্স প্ৰেকটিচনাৰ্চ’ৰ উপ সঞ্চালক ৰূপে নিৰ্বাচিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰীতম বৰুৱা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰীতম বৰুৱা অল ইণ্ডিয়া ফেডাৰেচন অব টেক্স প্ৰেকটিচনাৰ্চ,পূব মণ্ডলৰ ২০২০ আৰু ২০২১ বৰ্ষৰ উপ সঞ্চালক ৰূপে নিৰ্বাচিত হৈছে। যোৰহাট কাছগঁৰালত জন্মগ্ৰহণ কৰা প্ৰীতম বৰুৱা দেশৰ ভিতৰতে কণিষ্ঠতম সদস্য যি এই গৌৰবপূৰ্ণ[…]

Continue reading …

মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত প্ৰচণ্ড মাৰপিট, চাওক VIDEO

মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখতে প্ৰচণ্ড মাৰপিট। অগপ কৰ্মী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ মাজত হোৱা সংঘাতৰ ফলত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণ[…]

Continue reading …

CAB গৃহীত হ’লে শ্বহীদৰ আত্মাই শান্তি নাপাব, শ্বহীদৰ অভিশাপ লাগিব সোণোৱালৰ গাতঃ প্ৰাক্তন আছু নেতা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ জাতিধ্বংসী বিধেয়কখন গৃহীত কৰিবলৈ। ৰাজ্যৰ জাতীয় দল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবৰ সপক্ষে মাত মাতি অহা কাৰ্যক[…]

Continue reading …

CABক লৈ মুখ খুলিলে নিশিতা গোস্বামীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা নাই বুলি জনসাধাৰণে ঠাট্টা-মস্কৰাৰে থকাসৰকা কৰিছে অসমৰ চলচ্চিত্ৰ জগতৰ আগশাৰীৰ অভিনেতা-অভিনেত্ৰীসকলক। ইয়াৰ ভিতৰত আছে নিশিতা গোস্বামীৰো নাম। নিজৰ চিনেমাৰ প্ৰচাৰৰ বাবে স্কুলে-কলেজে ঘূৰি ফুৰা নিশিতা গোস্বামীহঁত এতিয়া ক’ত লুকাই[…]

Continue reading …

BREAKING: ডিব্ৰুগড়ত অগপৰ জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰিলে আছুৱে

কেবক লৈ ডিব্ৰুগড়ত পৰিস্থিতি উত্তপ্ত। অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰিলে প্ৰতিবাদকাৰী আছুকৰ্মীয়ে। কম্পিউটাৰকে ধৰি বহু আচবাবো চূৰ্ণবিচুৰ্ণ কৰে কৰ্মীয়ে। The post BREAKING: ডিব্ৰুগড়ত অগপৰ জিলা কাৰ্যালয় লণ্ড ভণ্ড কৰিলে আছুৱে appeared first on[…]

Continue reading …

CABৰ সমৰ্থনত ওলাই আহিছে বৰাকৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যত হেজাৰ হেজাৰ লোক ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে। কিন্তু বৰাকৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘বৰাক ডেভেলপমেণ্ট পৰিষদ’ চমুকৈ’ বিডিপি’ CABৰ সমৰ্থনত ওলাই আহিছে। আজি হাইলাকান্দি জিলা আলগাপুৰত এক সংবাদমেল পাতি[…]

Continue reading …